The School Fee for the academic year 2024-25 approved by the FRC (Fee Regulatory Committee ) Govt of Assam Education Department vide its Fee Fixation Order issued to Vivekananda Kendra Vidyalaya, Laipuli, Tinsukia and to be collected is provided below :
অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ২০২৪-২৫ শিক্ষা বৰ্ষৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, লাইপুলিৰ বাৰ্ষিক তথা মাহেকীয়া মাচুলৰ নিৰ্দ্ধাৰিত প্ৰতিলিপি তলত দিয়া ধৰণে অভিভাৱক/ অভিভাৱিকা সকলৰ জ্ঞাতাৰ্থে জনোৱা হল -